Where your story finds its voice

শিষ্যশিক্সকৰবন্ধন

বংশীধ্বনি

মণিৰত্ন শৰ্মা নগাঁৱৰ নামগাঁও নামৰ গাঁৱখন গম্ভীৰ আৰু নীৰৱ। এক সময়ত এই গাঁও পুৱা পুৱা জেগি উঠিছিল এক অদ্ভুত ধ্বনিত—বাঁহীৰ শব্দ। শীতল পুৱাৰ কুহুকৈ আৱৃত পথাৰত সেই সুৰ কেতিয়াবা দিঘলীয়া ধোঁৱাৰ দৰে বিয়পি পৰিছিল, কেতিয়াবা যেন নামি অহা কাকতীয়া পখিলাৰ…