Where your story finds its voice

বৈজ্ঞানিককল্পনা

জোনাকী মেচিন

হিমাংশু বৰগোহাঁই অধ্যায় ১ – উদ্ভাৱকৰ স্বপ্ন ২০২৮ চনৰ গুৱাহাটী। মহানগৰৰ কোলাহল, উঁচু আকাশছোঁৱা অট্টালিকা, নতুন নতুন প্ৰযুক্তিৰ জোলোঙা আগমন—এইবোৰৰ মাজতো এজন মানুহ নীৰবে নিজৰ সৰু ঘৰত বসি থকা। তেওঁৰ নাম দুলাল দত্ত, বয়স প্ৰায় চাৰিশৰ দিশত। ছোৱালীৰ পৰা বিজ্ঞান…