Where your story finds its voice

প্রেম আৰু প্ৰতিহিংসা

তোৰ নামৰ নীৰৱতা

মেঘালি দত্ত পৰ্ব ১: নদীৰ পাৰত শৈশৱৰ চিঠি বহু দিনৰ পিছে গুৱাহাটীলৈ আহিব লগা ৰেলগাড়ীখন ৰঙিয়াৰ পৰা পাৰ হৈ গৈছিল। শীতল বৰষুণৰ গন্ধ মাটিত মিশি গাড়ীৰ জানালিৰ কাঁচত তিৰিলি হৈ নামিছিল। অনির্বাণ হাতত এখন বেজী ব্যাগ লৈ চুপচাপ বহি আছিল।…