Where your story finds its voice

নীৰজ

বগলীডিহিংৰ মনৰ কথা

ইন্দ্ৰনীল বৰা বৰষুণৰ সেই পুৱা ডিব্ৰুগড় জিলাৰ বগলীডিহিং নামৰ এটা সুন্দৰ চাহ বাগিচা আছিল — য’ত পাহাৰৰ আঁচলত নীলা আকাশ আৰু সেউজীয়া চাহপাতৰ মাজত এক অনুপম মেলবন্ধন দেখা গৈছিল। বৰষুণৰ পাতল সুৰুঙা বাগিচাখনক সজীৱ কৰি তুলিছিল। গছৰ ডালৰ পৰা পৰি…