Where your story finds its voice

গ্রাম্য_গল্প

বিহুৰ উৎসৱত প্ৰথম দেখা

সঞ্জীৱন বৰুৱা মৰিগাঁও জিলাৰ এই গাঁওখন যেন সময়ৰ গতিত একে ৰকমে থমকি ৰৈছে। পাহাৰ, নদী আৰু প্ৰাকৃতিক সৌন্দর্যৰ মাজত গাঁওখনৰ সৰু-সৰু ঘৰবোৰ আৰু ধানখেত যেন একে সুৰে বাজে। সন্ধিয়া হ’লে নদীৰ ধাৰা যেন সোনালী আভাৰে উজ্জ্বল হয় আৰু পাখিৰ চিঞৰ…