ৰঙামাটি_ডায়েৰী
-
ৰঙামাটি ডায়েৰী
অন্বেষা হাজৰিকা অধ্যায় ১ – পুৰণি মঠত প্ৰৱেশ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক অজয় শইকীয়া বহু দিন ধৰি আহোম ৰাজত্বৰ গুপ্ত ইতিহাসৰ ওপৰত গৱেষণা কৰি আছিল। তাৰ গৱেষণাৰ মূল বিষয় আছিল আহোম রাজন্যসকলৰ সময়ত ৰচনা কৰা গুপ্ত মানচিত্ৰ আৰু দলিলসমূহ যিবোৰে অসমৰ সুৰক্ষা, ৰাজনৈতিক চালাকি আৰু ভৌগোলিক গোপনীয়তাৰ এক অভিনৱ কাহিনী ক’ব পাৰে। এইবোৰ দলিলৰ…

