পৰিবৰ্তন
-
নাগিনী ৰাতি
তন্ময় গোস্বামী ড° অরিন্দম ডেকা, এখনি নামী হাৰ্পেটোলজিষ্ট, উলাহগাঁৱ নামৰ এখন পৰিসৰ গাঁওলৈ আহিল, যাৰ নামো নক্সাত গোপন হৈ থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰিসাৰ্চ গ্ৰান্ট পাই, তেওঁ অহা দুই মাহ এই গাঁওৰ আশেপাশৰ বনাঞ্চলত এণ্ডেমিক ভাঁটিয়াজাতীয়া গোখোৰা (pit viper) সৰ্পৰ ওপৰত অধ্যয়ন চলাবলৈ আহিছে। কামৰ উৎসাহত উচ্ছ্বসিত অরিন্দমে গাঁওলৈ যোৱাৰ পথেৰে যেতিয়া যাত্ৰা আৰম্ভ কৰে,…

